(দৈনিক গণঅধিকার) |
(অসমের
দুই উপত্যকার বিভিন্ন ভাষা-ধর্ম গোষ্ঠীর গণতান্ত্রিক লেখক, শিল্পী,
শিক্ষক, অধ্যাপক, ছাত্র-ছাত্রী, সমাজ বিজ্ঞানী এবং সমাজ কর্মীরা এই আবেদন
স্বাক্ষর করে বিবৃতিটি বিভিন্ন কাগজে পাঠিয়েছিলেন কিছুদিন আগে। ইতিমধ্যে
বেশ কিছু অসমিয়া বাংলা কাগজে প্রকাশিত হয়েছে। ইংরেজিগুলোতেও পাঠানোর
ব্যবস্থা হচ্ছে। এ ছাড়াও একাধিক অসমিয়া বাংলা ব্লগে এই আবেদন আন্তর্জাল
পাঠকের জন্যেও তোলে দেয়া হচ্ছে, এবং হয়েছে। আগ্রহী ব্লগ সম্পাদকেরা চাইলে
নিজেদের ব্লগেও তোলে দিতে পারেন। )
(দৈনিক গণঅধিকার) |
গত
৯ ফেব্ৰুয়ারি, ২০১৬ জহরলাল নেহরু বিশ্ববিদ্যালয়ে DSU (Democratic
Students Union) নামে ছাত্ৰসংগঠনটির জনাকয় প্ৰাক্তন ছাত্রের আয়োজিত
অনুষ্ঠানটিকে নিয়ে সম্প্রতি দেশে মুক্তচিন্তা রোধ করার যে গভীর এবং
ব্যাপক ষড়যন্ত্ৰ চলছে তার প্ৰতি আমরা গভীর উদ্বেগ প্ৰকাশ করছি ।
শাসকপক্ষের স্বাৰ্থজড়িত হস্তক্ষেপের সঙ্গে কতকগুলো দল-সংগঠনের ভূমিকা
এবং একাংশ দক্ষিণপন্থী জনতার হিংস্ৰ কাৰ্যকলাপ এই ষড়যন্ত্ৰকে ফ্যাসিবাদের
পূর্বসংকেত বলে আমাদের ভাবতে বাধ্য করছে।
ইতিমধ্যে বিশ্ববিদ্যালয়ের কয়েকজন ছাত্ৰকে দেশদ্ৰোহিতার অপরাধে অভিযুক্ত করে গ্ৰেপ্তার করা হয়েছে, কয়েকজন অভিযুক্ত এখনও বিশ্ববিদ্যালয় প্রাঙ্গণে রয়েছেন । ইতিমধ্যে Indian Express, The Hindu ইত্যাদি কয়েকটি দেশীয় স্তরে পরিচিত সংবাদপত্রে নির্ভরযোগ্যভাবে প্ৰকাশ পেয়েছে যে যেসব আলোকচিত্ৰ এবং ভিডিও অভিযোগের সাক্ষ্য প্ৰমাণ হিসেবে তোলে ধরা হয়েছে, সেইগুলোতে কারিগরি কৌশলে বিকৃতি ঘটিয়ে মিথ্যে তথ্য জুড়ে দেয়া হয়েছে। অথচ মামলা প্ৰক্ৰিয়া বিলম্বিত করে রাখা হয়েছে , একে এক গুরুতর অভিযোগের রূপ দেবার জন্যে। জনসাধারণে মধ্যে এমন এক ধারণা প্ৰচার করার চেষ্টা করা হচ্ছে যেন বিশ্ববিদ্যালয়ের প্ৰত্যেক ছাত্ৰই দেশদ্ৰোহী এবং বিশ্ববিদ্যালয়টি দেশদ্ৰোহীদের ঘাঁটি। অথচ এতোদিন ধরে বিশ্ববিদ্যালয়টি সজীব বিদ্যাচৰ্চার জন্যেই প্ৰসিদ্ধ ছিল।
মানুষের আবেগ উসকে দিতে কাশ্মীরের বিচ্ছিন্নতাবাদের সমৰ্থনে গুটিকয় ছাত্রের শ্লোগানের দিকে আঙুল তোলা হচ্ছে । কিন্তু তার মূল সমস্যাটি বহুদিনের পুরোনো। কাশ্মীরী জনাকয় ছাত্রের মতামতও তারই এক প্ৰতিফলন। কাশ্মীরের বিচ্ছিন্নতাবাদ সম্পৰ্কে কারো ভিন্নমত থাকতেই পারে । ফলে সেই সম্পর্কে আলোচনা হলে তাতে ভয় পাবার কোনো কারণ থাকা উচিত নয় । কেউ সেরকম আলোচনা করতে চাইলেই , সেসবের উপর দেশদ্ৰোহিতার অভিযোগ আরোপ করে , পুলিশ দিয়ে কণ্ঠরুদ্ধ কররা প্ৰচেষ্টা কোনোমতেই সমৰ্থনযোগ্য নয়।
বিকৃত তথ্য দিয়ে গণতন্ত্ৰ এবং বাক-স্বাধীনতার পরিবেশ ব্যাহত করার এই অপপ্রয়াসের প্ৰতি সজাগ এবং সক্ৰিয় হবার জন্যে আমরা সবার কাছে আহ্বান জানাচ্ছি । অন্যথা, এই অপশক্তির হাতে জনগণের গণতান্ত্ৰিক অধিকার এবং প্ৰগতি চিরদিনের জন্যে ব্যাহত হবে।

দৈনিক জনসাধারণ |
ইতি-
(দৈনিক জনমভূমি) |
১)
ড০ হীরেন গোঁহাই ২) অনিমা গুহ ৩) নিরুপমা বরগোহাঞি৪) তোষপ্ৰভা কলিতা ৫)
অরুণ শৰ্মা ৬) সন্ধ্যা দেবী ৭) প্ৰসেনজিৎ চৌধুরী ৮) পরমানন্দ মজুমদার ৯)
ইন্দিবর দেউরী ১০) জুনু বরা ১১) লোকনাথ গোস্বামী ১২) দেবব্ৰত দাস ১৩)
দেবকান্ত সন্দিকৈ ১৪) বৰ্ণালী বরুয়া দাস ১৫) কৌশিক দাস ১৬) রিপুঞ্জয় গগৈ
১৭) প্ৰিয়ম্বদা দাস ১৮) জিতেন বেজবরুয়া ১৯) ময়ূর চেতিয়া ২০) ইচফাকুর রহমান
২১) দিনেশ বৈশ্য ২২) নরেন বরা ২৩) সমীন্দ্ৰ হুজুৰী ২৪) আবু নাসার সাঈদ
আহমেদ ২৫) অংশুমান শৰ্মা ২৬) নিরঙ্কুশ নাথ ২৭) হীরো শরণীয়া ২৮) সুজাতা
হাতীবরুয়া ২৯) আবিদ আজাদ ৩০) গৌরীশঙ্কর ভূঞা ৩১) আশ্ৰাফুল হুসেন ৩২) শৈলেন
গোঁহাই ৩৩) অঞ্জু বরকটকী ৩৪) সমীর তাঁতী ৩৫) ওয়াল্টার ফাৰ্ণান্ডেজ, ৩৬)
মেলভিল পেরেইরা ৩৭) ননি টেরন ৩৮) আবু মহম্মদ ফারহাদ হুসেন ৩৯) ত্ৰিদীব
নীলিম দত্ত ৪০) সুপৰ্ণা লাহিড়ি বরুয়া ৪১) মনোজ শৰ্মা ৪২) ইন্দ্ৰানী শৰ্মা
৪৩) ইয়াসমিন হুসেন ৪৪) সুশান্ত কর ৪৫) নবজ্যোতি বরগোহাঁই ৪৬) নিতুল
চাংমাই ৪৭) রূপালীম দত্ত ৪৮) টুনুজ্যোতি গগৈ ৪৯) কমল কুমার তাঁতী ৫০)
আব্দুল কামাল আজাদ ৫১) ড০ হাফিজ আহমেদ ৫২) অভিষেক চক্ৰবৰ্তী ৫৩) তপন মহন্ত
৫৪) দিগন্ত শৰ্মা ৫৫) রশ্মিরেখা বরা ৫৬) অমিতাভ মহন্ত ৫৭) শুভপ্রসাদ নন্দি
মজুমদার ৫৮) আশু পাল ৫৯) দেবলীনা সেনগুপ্ত ৬০) সুমনা চৌধুরী। ৬১) মৃন্ময়
দেব। ৬২) জয়শ্রী ভূষণ। ৬৩) শুভ্র্রব্রত চৌধুরী ৬৪) দেবাশিস ভট্টাচার্য ৬৫)
অরূপ বৈশ্য ৬৬) জাকির হুসেন ৬৭) সাজ্জাদ হুসেন ৬৮) শিশির দে ৬৯) অনিন্দ্য
সেন ৭০) কালিকা প্ৰসাদ ভট্টাচাৰ্য ৭১) তাহা আমিন মজুমদার ৭২) অমিতাভ দেব
চৌধুৰী ৭৩) অনিন্দ্য শ্যাম চৌধুৰী ৭৪) বিদ্যুৎ সরকার ৭৫) মানস দাস, ৭৬)
দেবী প্রসাদ সিনহা, ৭৭) বাসব রায় ৭৮) চার্বাক , ৭৯) ঝুমুর পাণ্ডে,৮০) সৌগত
পুৰকায়স্থ, ৮১) সন্দীপন ভট্টাচার্য।
****
****
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনা সন্দৰ্ভত ৰাইজলৈ গোহাৰি
দৈনিক যুগশঙ্খ, গুয়াহাটি |
(মূল অসমিয়া আবেদনটি আছে 'মুক্তচিন্তা' তে )
যোৱা ৯ ফেব্ৰুৱাৰি তাৰিখে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত DSU (Democratic Students Union) নামৰ ছাত্ৰসংগঠনটোৰ কেইজনমান প্ৰাক্তন ছাত্ৰই আয়োজন কৰা অনুষ্ঠান এটাক লৈ শেহতীয়াকৈ দেশত মুক্ত চিন্তা ৰোধ কৰাৰ যি গভীৰ আৰু ব্যাপক ষড়যন্ত্ৰ চলিছে তাৰ প্ৰতি আমি গভীৰ উদ্বেগ প্ৰকাশ কৰি এই বিবৃতি প্ৰেৰণ কৰিছো। শাসকপক্ষৰ স্বাৰ্থজড়িত হস্তক্ষেপৰ উপৰি কেতবোৰ দল-সংগঠনৰ ভূমিকা আৰু এচাম সোঁপন্থী জনতাৰ হিংস্ৰ কাৰ্যকলাপে সেই ষড়যন্ত্ৰক ফেচিবাদৰ আগজাননী বুলি ভাবিবলৈ আমাক বাধ্য কৰিছে।
ইতিমধ্যে বিশ্ববিদ্যালয়ৰ কেইজনমান ছাত্ৰক দেশদ্ৰোহিতাৰ অপৰাধত অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে, কেইজনমান অভিযুক্ত এতিয়াও বিশ্ববিদ্যালয়ৰ চৌহদত আছে। ইতিমধ্যে Indian Express, The Hindu আদি কেইখনমান ৰাষ্ট্ৰীয় প্ৰচাৰ থকা বাতৰিকাকতত নিৰ্ভৰযোগ্যভাৱে প্ৰকাশ পাইছে যে যিবোৰ আলোকচিত্ৰ আৰু ভিডিঅ’ অভিযোগৰ সাক্ষ্য প্ৰমাণ হিচাপে দাঙি ধৰা হৈছে, সেইবোৰত কাৰিকৰী কৌশলেৰে বিকৃতি ঘটাই ভুৱা তথ্য সন্নিৱিষ্ট কৰা হৈছে। অথচ গোচৰ প্ৰক্ৰিয়া দীঘলীয়া কৰি ৰখা হৈছে, তাক এক গুৰুতৰ অভিযোগৰ ৰূপ দিবলৈ। জনসাধাৰণৰ মাজত এনেকুৱা এটা ধাৰণা প্ৰচাৰ কৰাৰ চেষ্টা কৰা হৈছে যেন বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰই দেশদ্ৰোহী আৰু বিশ্ববিদ্যালয়খন দেশদ্ৰোহীৰ ঘাটি। অথচ ইমান দিনে বিশ্ববিদ্যালয়খন সজীৱ বিদ্যাচৰ্চাৰ বাবেই প্ৰসিদ্ধ আছিল।
মানুহৰ আবেগক উতলা কৰিবলৈ কাশ্মীৰৰ বিচ্ছিন্নতাবাদৰ সমৰ্থনত এমুঠি ছাত্ৰৰ শ্লোগানক আঙুলিয়াই দিয়া হৈছে। কিন্তু তাৰ মূল সমস্যাটো বহুদিনীয়া। কাশ্মীৰী ছাত্ৰকেইজনৰ মতামতো তাৰেই এক প্ৰতিফলন। কাশ্মীৰৰ বিচ্ছিন্নতাবাদ সম্পৰ্কে কাৰোবাৰ ভিন্নমত থাকিব পাৰে। গতিকে সেই সম্পৰ্কীয় আলোচনা হোৱাটোত ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ থাকিব নালাগে। কোনোবাই তেনে আলোচনা কৰিব খুজিলেই তাক দেশদ্ৰোহিতাৰ আৰোপ লগাই, পুলিচৰদ্বাৰা কণ্ঠৰুদ্ধ কৰাৰ প্ৰচেষ্টা কোনো গুণেই সমৰ্থনযোগ্য নহয়।
বিকৃত তথ্যৰে গণতন্ত্ৰ আৰু বাক-স্বাধীনতাৰ পৰিবেশ ব্যাহত কৰাৰ এই অপচেষ্টাৰ প্ৰতি সজাগ আৰু সক্ৰিয় হ’বলৈ সকলোকে আহ্বান জনোৱা হ’ল। নহ’লে এই অপশক্তিৰ হাতত জনগণৰ গণতান্ত্ৰিক অধিকাৰ আৰু প্ৰগতি চিৰদিনলৈ ব্যাহত হ’ব।

দৈনিক যুগশঙ্খ, শিলচর |
ইতি –
১) ড০ হীৰেন গোঁহাই ,২) অনিমা গুহ ,৩) নিৰুপমা বৰগোহাঞি ,৪) তোষপ্ৰভা কলিতা ,৫) অৰুণ শৰ্মা ,৬) সন্ধ্যা দেবী,৭) প্ৰসেনজিৎ চৌধুৰী, ৮) পৰমানন্দ মজুমদাৰ, ৯) ইন্দিবৰ দেউৰী , ১০) জুনু বৰা ,১১) লোকনাথ গোস্বামী, ১২) দেবব্ৰত দাস ,১৩) দেবকান্ত সন্দিকৈ
১৪) বৰ্ণালী বৰুৱা দাস ,১৫) কৌশিক দাস , ১৬) ৰিপুঞ্জয় গগৈ, ১৭) প্ৰিয়ম্বদা দাস , ১৮) জিতেন বেজবৰুৱা ,১৯) ময়ূৰ চেতিয়া
২০) ইচফাকুৰ ৰহমান , ২১) দিনেশ বৈশ্য , ২২) নৰেন বৰা, ২৩) সমীন্দ্ৰ হুজুৰী , ২৪) আবু নাছাৰ চাঈদ আহমদ ,২৫) অংশুমান শৰ্মা
২৬) নিৰংকুশ নাথ , ২৭) হীৰ’ শৰণীয়া, ২৮) সুজাতা হাতীবৰুৱা , ২৯) আবিদ আজাদ , ৩০) গৌৰীশংকৰ ভূঞা ,৩১) আশ্ৰাফুল হুচেইন
৩২) শৈলেন গোঁহাই, ৩৩) অঞ্জু বৰকটকী , ৩৪) সমীৰ তাঁতী ,৩৫) ৱাল্টাৰ ফাৰ্ণান্ডেজ, ৩৬) মেলভিল পেৰেইৰা ,৩৭) ননি টেৰন
৩৮) আবু মহম্মদ ফাৰহাদ হুচেইন , ৩৯) ত্ৰিদীব নীলিম দত্ত, ৪০) সুপৰ্ণা লাহিড়ি বৰুৱা , ৪১) মনোজ শৰ্মা , ৪২) ইন্দ্ৰানী শৰ্মা
৪৩) য়াচমিন হুচেইন , ৪৪) সুশান্ত কৰ , ৪৫) নৱজ্যোতি বৰগোহাঁহাই , ৪৬) নিতুল চাংমাই , ৪৭) ৰূপালীম দত্ত ,৪৮) টুনুজ্যোতি গগৈ
৪৯) কমল কুমাৰ তাঁতী , ৫০) আব্দুল কামাল আজাদ , ৫১) ড০ হাফিজ আহমেদ , ৫২) অভিষেক চক্ৰবৰ্তী , ৫৩) তপন মহন্ত
৫৪) দিগন্ত শৰ্মা , ৫৫) ৰশ্মিৰেখা বৰা , ৫৬) অমিতাভ মহন্ত , ৫৭) শুভপ্রসাদ নন্দি মজুমদাৰ , ৫৮) আশু পাল , ৫৯) দেবলীনা সেনগুপ্ত
৬০) সুমনা চৌধুৰী, ৬১) মৃন্ময় দেব, ৬২) জয়শ্রী ভূষণ , ৬৩) শুভ্র্রব্রত চৌধুৰী ,৬৪) দেবাশিস ভট্টাচার্য , ৬৫) অৰূপ বৈশ্য , ৬৬) জাকিৰ হুছেইন , ৬৭) চাজ্জাদ হুছেইন , ৬৯) চাৰ্বাক , ৭০) অনিন্দ্য সেন , ৭১) কালিকা প্ৰসাদ ভট্টাচাৰ্য , ৭২) তাহা আমিন মজুমদাৰ
৭৩) অমিতাভ দেব চৌধুৰী , ৭৪) অনিন্দ্য শ্যাম চৌধুৰী , ৭৫) বিদ্যুৎ সৰকাৰ , ৭৬) মানস দাস , ৭৭) দেবী প্রসাদ সিনহা ,৭৮) বাসব ৰায়,৭৯) ঝুমুর পাণ্ডে , ৮০) সৌগত পুৰকায়স্থ , ৮১) সন্দীপন ভট্টাচার্য , ৮২) অজয়লাল দত্ত , ৮৩) দ্বিজেন্দ্ৰনাথ শৰ্মা

*** **** ***
AN APPEAL TO PEOPLE REGARDING
THE JNU INCIDENT
We express our deep concern over
the recent attempts to suppress the right to free speech in this country by the
right wing forces through misrepresentation of a recent event in Jawaharlal
Nehru University (JNU) on 9th
February. The disproportionate interference of the government, the
questionable role of the police, and violent outrages displayed by various
right wing organisations and individuals have compelled us to consider the
recent developments as a warning bell of Fascism.
It has already been disclosed by
reliable sources in a number of reputed national dailies like the Indian
Express, the Hindu etc. that those photos and video clips, presented as the
evidence against the accused students have been doctored and false information
have been planted. Such an impression is being made before the people as if
each and every student of JNU is anti-national and the university is a hub of
traitors, whereas JNU has always been known for its dynamic intellectual environment,
tolerance and pluralism.
To instigate the emotion of the general
public, the slogans of a handful of students have been repeatedly pointed out.
But the main question related to Kashmir is not new. People may have diverse
opinions on the Kashmir question and in a democracy people should have the
right to openly discuss and debate about it. Only through the public use of
reason, answers to complicated questions can be found out.
We appeal to all left and
democratic forces in this country to resist such attempts of the vested
interests to throttle the right to free speech. Otherwise, the democratic
rights and wellbeing of the people will be under peril in the hands of the
fascist forces for good.
1. Dr. Hiren Gohain , 2. Anima Guha , 3. Nirupama
Borgohain , 4. Toshaprabha Kalita , 5. Arun Sharma , 6. Sandhya Devi , 7. Prosenjit Choudhury , 8. Paramananda Mazumder
9. Indibar Deori , 10. Junu Bora , 11. Loknath Gowami , 12. Debabrata Das , 13. Devkanta Sandikai , 14. Barnali
Baruah Das, 15. Kaushik Das , 16. Ripunjoy Gogoi ,17. Pryambada Das
18. Jiten Bezbarua , 19. Mayur Chetia , 20. Isfaqur Rahaman , 21. Dinesh Baishya , 22. Naren Bara, 23. Samindra Huzuri , 24. Abu Nasar Said Ahmed , 25. Anshuman Sharma , 26. Nirangkush Nath, 27. Hiro Sarania , 28. Sujata
Hati Baruah , 29. Abid Azad , 30. Gouri Sankar Bhuyan , 31. Asraful Husain , 32. Shailen Gohain ,33. Anju Barkataki , 34. Samir Tanti , 35. Walter Fernandes ,36. Pereira Melvil Pereira , 37. Noni Teron ,38. Abu Mahammad Farhad
Husain , 39. Tridib Nilim Dutta , 41. Suparna Lahiri Bora, 42. Manoj Sharma , 43. Indrani Sharma , 44. Yasmin Husain , 45. Sushanta Kar , 46. Navajyoti Borgohain , 47. Nitul Changmai , 48. Rupalim Dutta , 49. Tunu Jyoti Gogoi , 50. Kamal Kumar Tanti , 51. Abdul Kamal Ajad , 52. Dr. Hafiz Ahmed , 53. Abhishek Chakraborty , 54. Tapan Mahanta , 55. Diganta
Sharma , 56. Rashimirekha Bora , 57. Amitabha Mahanta , 58. Subhaprasad Nandi Mazumder , 59. Ashu Paul , 60. Debleena
Sengupta , 61. Sumona Choudhury , 62. Mrinmoy Deb
63. Jayashree
Bhushan , 64. Shubhrabrata Choudhury , 65. Debasish Bhattacharjya , 66. Arup Baisya , 67. Zakir
Husain , 68. Sajjad Husain , 70. Charvak , 71. Anindya
Sen , 72. Kalika Prasad Bhattacharjya , 73. Taha Amin Mazumder , 74. Amitabha Deb Choudhury, 75. Anindya Shyam Choudhury , 76. Bidyut Sarkar , 77. Manas
Das , 78. DeviPrasad Sinha , 79. Basab Roy ,80. Jhumur
Pande , 81. Saugata Purkayastha , 82. Sandipan Bhattacharjya , 83. Ajoy Lal Dutta
84. Dwijendra Narayan
Sarma
****
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন